ভাৰতবৰ্ষৰ স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ বাবে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি পুৱাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আৰু জিলা সমিতিৰ নিৰ্দেশ অনুসৰি বিজেপি খনিকৰ মণ্ডল সমিতিৰ উদ্যোগত প্ৰভাত ৰেলি উলিওৱা হয়। কাৰ্যসূচীত অসম প্ৰদেশৰ ৰাজ্যিক উপ সভাপতি অজয় কোঁৱৰ, ডিব্ৰুগড়ৰ জিলা উপ সভাপতি অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ উপ সভানেত্রী পুস্পাঞ্জলি সোনোৱাল, খনিকৰ মণ্ডলৰ সভাপতি ভাস্কৰ সোনোৱাল লগতে খনিকৰ মণ্ডলৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ayurvedic Diabetes Tips: डायबिटीज, पीसीओएस जैसी और कई समस्याओं से निपटने का असरदार आयुर्वेदिक उपाय
अगर आपके घर में कोई डायबिटीज (Diabetes) पीसीओएस या प्री-डायबिटीज जैसी समस्याओं से परेशान है और...
ફૂલવાડી વિસ્તારના ગ્રામજનોના પીવાના પાણીમાટે વલખા
#buletinindia #gujarat #viramgam
Cervical Cancer क्या होता है, कैसे बचें? Poonam Pandey Death News | Sehat
Cervical Cancer क्या होता है, कैसे बचें? Poonam Pandey Death News | Sehat
ડીસાના લુણપુરમાં દરબાર-સોલંકી સમાજના હજારો લોકોએ વ્યસન મુક્તિ માટેની પ્રતિજ્ઞા લીધી
બનાસકાંઠાના ડીસા તાલુકાના લુણપુર ગામે જૈન સાધુ ભગવંતોના આશીર્વાદથી 8 ગામનો સામૂહિક કુરિવાજો અને...