দেশ স্বাধীনতাৰ ৭৫ তম বৰ্ষত ভৰি দিয়াৰ উপলক্ষ্যে দেশবাসীয়ে পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা বিজেপিৰ মৰাণ নগৰ মণ্ডলে প্ৰভাতীফেৰী কাৰ্যসূচী হাতত লয়। আৰু এই কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে অংশগ্ৰহণ গ্ৰহণ কৰে। মৰাণ ট্ৰেফিক পইণ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে অসমবাসীক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰাৰ লগতে নিজ নিজ বাসগৃহত ত্ৰিৰংগা পতাকা আৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ আহ্বান জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जीत के रथ पर सवार,टीम इंडिया विजयी कप से सिर्फ एक कदम दूर
T20 वर्ल्ड कप सेमीफाइनल में भारत ने इंग्लैंड को धूल चटाई. 68 रन से बड़ी जीत दर्ज कर भारत ने फाइनल...
शरद पवार का चुनावी राजनीति से संन्यास का संकेत:बोले- कहीं तो रुकना पड़ेगा; अब चुनाव नहीं लडूंगा,
महाराष्ट्र में विधानसभा चुनाव से पहले NCP के संस्थापक शरद पवार ने चुनावी राजनीति से संन्यास के...
Barhamthuri Taka Bihu Team,Dhakuakhana Bihu Performance
Barhamthuri Taka Bihu Team,Dhakuakhana Bihu Performance
Meet Gujarat News આવતીકાલે યોજાનાર ભારત પાકિસ્તાન ક્રિકેટ મેચની લઈને શિનોર પોલીસ એક્શન મોડ જોવા
Meet Gujarat News આવતીકાલે યોજાનાર ભારત પાકિસ્તાન ક્રિકેટ મેચની લઈને શિનોર પોલીસ એક્શન મોડ જોવા