সোনেৰে ভৰি পৰিল মঙলদৈ আৰক্ষী চকী।উদ্ধাৰ হল বৃহৎ পৰিমাণৰ সোন।লগতে আটক হল সোন চোৰৰ সৈতে জড়িত চাৰি জন।