মঙ্গলবাৰে বিজেপি অবিচি মৰ্চাৰ শিৱসাগৰ জিলাৰ পৰা সবিশেষ সদৰি কৰা তথ্য অনুসৰি জয়সাগৰস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত বিজেপি অবিচি মৰ্চা ৰ শিৱসাগৰ জিলাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকাৰ সভাপতিত্বত নৱ গঠিত সমিতি খনৰ পদাধিকাৰী সকলৰ লগতে মণ্ডলৰসভাপতি সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান ৰূপায়িত কৰাহয়।
শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত জিলা বিজেপিৰ কাৰ্য্যলয়ত বিজেপি অবিচি মৰ্চাৰ নৱগঠিত সমিতিৰ মত বিনিময় কাৰ্য্যসূচী।
