ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। গ্ৰন্থ অধ্যয়নৰ এক নতুন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে গ্ৰন্থমেলা সমূহৰ বাকৰিত উন্মোচন হৈছে বহু লেখকৰ নতুন গ্ৰন্থ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে মৰাণৰ অৰুণোদয় সংঘৰ প্ৰাঙ্গণত মৰাণৰ নাগৰিক সমাজ উদ্যোগত অনুষ্ঠিত হৈছে তৃতীয় মৰাণ গ্ৰন্থমেলা। 29 নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগা এই গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে লেখক পাঠকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক ব্যস্ততাৰ পৰা আঁতৰি নিশা মৰাণত গ্ৰন্থমেলাৰ বাকৰিত প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাত উপস্থিত হয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। প্ৰিয় গ্ৰন্থ বিচাৰি এখনৰ পাছত আন এখন গ্ৰন্থ বিপনী পৰিদৰ্শন কৰিলে মন্ত্ৰী গৰাকীয়ে। গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ প্ৰতি আগ্ৰহ দেখুওৱা কেইবাজনো পাঠকক গ্ৰন্থ উপহাৰ দিলে সাংস্কৃতিক মন্ত্ৰীজনে। গ্ৰন্থ বিচৰাৰ মাজতে সাংবাদিকৰ সৈতে মুখামুখি হৈ মন্ত্ৰী গৰাকীয়ে কয় কিতাপৰ মাজত পৃথিৱীখন বিচাৰি পোৱা যায়। কিতাপৰ লগত সম্পৰ্ক থাকিলে মনটো প্ৰফুল্লিত হৈ থাকে। সক্ৰিয় ৰাজনীতিত থাকিবলৈ কিতাপ অধ্যয়নৰ প্ৰযোজনীয়তা আছে বুলি কয় মন্ত্ৰী গৰাকীয়ে। লগতে নিজৰ সন্তানৰ হাতত কিতাপ তুলি দি গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰাবলৈ সকলোকে আহ্বান মন্ত্ৰী বিমল বৰাৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબી ખાતે જુલતા બ્રિજ તૂટી જવાની ઘટના ના પગલે...
મોરબીમાં ઝુલતો બ્રીજ તુટી જવાથી ૧૪૧થી વધુના મોતને પગલે સમગ્ર દેશ સહિત દુનીયામાં ખળભળાટ સાથે ચકચાર...
ધાનેરા નગરપાલિકા ભાજપ નેતાના દબાણ એવું તો કેવું આવ્યું કે શીતલ શોપીંગ સેન્ટર બની ગયું છતાં ન દેખાયું..
ધાનેરા.. પાલિકા એવું તે કેવું દબાણ માં આવ્યું કે શીતલ શોપીંગ સેન્ટર બની ગયું છતાં ન દેખાયું..?...
तीवटग्याळ पाटी ते मलकापूर पाटीपर्यंत रस्त्यात खड्डा की खड्ड्यात रस्ता
तीवटग्याळ पाटी ते मलकापूर पाटीपर्यंत रस्त्यात खड्डा की खड्ड्यात रस्ता
iOS 18.2 Update: Apple किस दिन रिलीज करेगा नया iOS 18.2 अपडेट? मिलेंगे नए AI फीचर्स
Apples iOS 18.2 अपडेट को लेकर खबर है कि एपल इसे 9 दिसंबर को रिलीज कर सकता है। बताया जा रहा है कि...
विकास नगर स्कूल में 17 और 19 आयु वर्ग हैंडबॉल प्रतियोगिता का हुआ समापन
बूंदी । शिक्षा विभाग द्वारा आयोजित 68 वी जिला स्तरीय चार दिवसीय हैंडबॉल प्रतियोगिता का समापन...