সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত অসম দিৱস উপলক্ষে শিৱসাগৰ জিলাৰ মহকুমা সমিতিিৰ সহযোগত তলাতল ঘৰৰ প্ৰাঙ্গনত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সমীৰণ ফুকন , জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱা, আটাছু শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰতীম শইকীয়া, ফুৰালুং সমাজৰ বিষয়ববীয়া সকলৰ লগতে সমাজ জীৱনৰ লগত জৰিত নৱ শইকীয়া, প্ৰবীন বৰুৱাকে আদিকৰি উপস্থিত থাকে আটাছু শিৱসাগৰ জিলা সমিতি আৰু মহকুমা সমিতিৰ বিষয় ববীয়া সকল।