ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত প্ৰভাতফেৰী ১১আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হব 

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত ১১আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হব । মৰাণ তিনিআলিৰ পৰা আৰম্ভ হোৱা প্ৰভাতফেৰীত অংশ গ্ৰহণ কৰিব কেবিনেট মন্ত্ৰী যোগেন মহন l