মাজুলীত যুৱতী ভাওঁনাই মুহিলে দৰ্শকক ৷

মাজুলী সদৰ গড়মুৰৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৩ সংখ্যক প্ৰতিস্থা দিৱসত গড়মুৰৰ যুৱতি সকলে 'শনিৰ প্ৰতিজ্ঞা দষ্মন্ত শকুন্তলাৰ পুনৰ মিলন 'ভাওঁনা খন মঞ্চস্থ কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷