অসমৰ বহু মহিলাৰ দুঃসাহসিক কাহিনি আপোনালোকে দেখি আহিছে বা শুনি আহিছে ৷ ডবকাৰ এই গৰাকী  শিক্ষয়েত্ৰীৰ দুঃসাহিক কাৰ্য্যৰ বাবে সকলোৰে মাজত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ 
মৰমী বৰা নামৰ গোলাঘাটৰ মহিলা গৰাকী কৰ্মসূত্ৰে থাকে ডবকাত 
ডবকাৰ এই গৰাকী শিক্ষয়িত্ৰী দুঃসাহিক কাৰ্য্যৰ বাবে সকলোৰে মাজত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু
 
   
  
  
  
  