শিৱসাগৰ জিলা স্বাস্থ্যবিভাগৰ তৰফৰ পৰা সদৰি কৰা মতেজিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ উদ্যোগত মেণ্টেল হেল্থ কেয়াৰ এক্ট ২০১৭ আৰু এন ডি পি এছ ১৯৮৫ৰ সন্দৰ্ভত এক বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণত আৰক্ষী বিষয়া , সমাজ কল্যান বিভাগ লগতে কেইবাটাও এন জিঅৰ কৰ্মকৰ্তা ড্ৰাগছ ইন্সপেক্তৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ অধিবক্তা উপস্থিত থাকে। প্ৰশিক্ষক হিচাৱেউপস্থিত থাকে ডাক্তৰ ৰাজীৱ পাংগিং।প্ৰশিক্ষণৰ কাৰ্যসূচীত চাইকলজিষ্ট সুদৰ্শনা মহন্ত উপস্থিত থকাৰ উপৰিও এই কাৰ্যসূচী শুভ উদ্বোধন কৰে স্বাস্থ্যবিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক উদয়াদিত্য ৰাজ কোঁৱৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી ભાદરવી પૂનમનો મહામેળો યોજવા તંત્રની તડામાર તૈયારીઆ
અંબાજી ભાદરવી પૂનમનો મહામેળો યોજવા તંત્રની તડામાર તૈયારીઆ
পুত্ৰক বিছাৰি এগৰাকী ৬০ উৰ্দ্ধৰ মহিলাৰ হিয়া ভগা কান্দোন: ছমাহ ধৰি নিৰুদ্দেশ মঙলদৈৰ জগাই দাস
পুত্ৰক বিছাৰি এগৰাকী ৬০ উদ্ধৰ মহিলাৰ হিয়া ভগা কান্দোন। ছয় মাহ ধৰি নিৰুদ্দেশ মঙলদৈৰ জগাই দাস
રાષ્ટ્રીય પ્રવાસન દિવસ
આપણો દેશ અનેક પ્રાચીન-અર્વાચીન પ્રવાસન સ્થળોથી સમૃદ્ધ છે. આવો, આજના 'રાષ્ટ્રીય પ્રવાસન દિવસ'...