ছিপাঝাৰত চিলনী চোৰক ৰাইজে ধৰি দিলে উত্ত মধ্যম।

মঙলদৈ বেংকৰ পৰা ধন উলিয়াই মটৰ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্হাত দিপীলাত দুই চোৰে আগছি ধৰিছিল এহাল দম্পতিক ।

 মহিলাগৰাকী ডিঙিৰ পৰা সোণৰ চেইন আৰু টকাৰ বেগ কাঢ়িবলৈ লঁওতেই মহিলা গৰাকীৰ স্বামীয়ে ধৰিবলৈ চেষ্টা কৰিছিল ।

এজনক ৰাইজে ধৰি উত্তম মাধ্যম দিয়ে । আন এজন পলাবলৈ লঁওতে আৰক্ষীৰ নাকা চেকিঙত ধৰা পৰে।

পাথৰিঘাট আৰক্ষী আৰু বুঢ়া আৰক্ষীয়ে পাথৰিঘাট প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰায় দুয়োকে।

ধৃত দুয়োজন ব্যক্তি ৰঙিয়াৰ ৰাতুল আহমেদ আৰু মনোৱাৰ হুইচেন ।