সোমবাৰে আবেলি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ বিষয়ববীয়াৰ সভাত জিলা যুৱ মৰ্চাৰ সভাপতি গৌতম সন্দিকৈৰ সভাপতিত্বত শিৱসাগৰ আৱৰ্তভৱনত অনুষ্ঠিত হয়। উক্ত সভাত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ লগতে দলৰ সাংগাঠনিক দিশ আৰু কাৰ্য্যক্ৰমৰ ওপৰত আলোচনা কৰা হয় ।উল্লেখনীয় যে উক্ত সভাত ভাৰতীয় যুৱ মৰ্চৰ শিৱসাগৰ জিলাৰ সকলো বিষয় ববীয়াকে ধৰি সকলো সদস্য উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર : ડો.બાબા સાહેબ આંબેડકરની જન્મ જયંતીની ઉજવણી | SatyaNirbhay News Channel
રાધનપુર : ડો.બાબા સાહેબ આંબેડકરની જન્મ જયંતીની ઉજવણી | SatyaNirbhay News Channel
পৰলোকত কুলধৰ চমুৱা
অসম আন্দোলনৰ অগ্ৰণী নেতা, অধ্যাপক কুলধৰ চমুৱাৰ পৰলোক।
গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয়...
মৰাণৰ ঝলম ৰঙাগডা গোৰ্খা ভৱন অনুষ্ঠিত হ'ব ৭৮ সংখ্যক বলিদান দিৱস
মৰাণৰ ঝলম ৰঙাগডা গোৰ্খা ভৱন অনুষ্ঠিত হব ৭৮ সংখ্যক বলিদান দিৱস
শিৱসাগৰ শিৱদৌল প্ৰাংগণত শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা-২০২৪
শিৱসাগৰঃ ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ ছয়দিনীয়াকৈ শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ...
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বিষয়ববীয়াৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বিষয়ববীয়াৰ