দেওবাৰে ৰহাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ দ্বাৰা ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ দ্বাদশ বাৰ্ষিক মৃত্যু বাৰ্ষিকিত শ্ৰদ্ধাৰে স্মৰণ কৰাৰ সমান্তৰাল কে ৰহা বজাৰ স্থিত সুবাস ৰ বাকৰিতো সুধাকন্ঠক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

    এই উপলক্ষে সন্ধিয়া সুবাসৰ বাকৰিত সুবাসৰ সদস্য সদস্যা সকলে সুধাকন্ঠৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে নাম কীৰ্তন ৰ কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।