চৰাই দেউ জিলাৰ সোণাৰী চফ্ৰাই বৰপথাৰ গাঁৱত দুহেজাৰ সোতৰ চনতে অ এনজিচিয়ে তৈলখাদৰ খনন আৰু উৎপাদনৰ কাম আৰম্ভ কৰি আহিছে। গাঁওখনলৈ।অহাযোৱা কৰিবলৈ নাফুক আদৰ্শ গাৱৰ একমাত্ৰ পথটি ৰ প্ৰায় চাৰি।কিলো মিটাৰ পথ ব্যৱহাৰ কৰে ONGCৰ গাড়ীসমুহে।ONGCৰ গধুৰ ।গধুৰ গাড়ী সমুহ অহা যোৱাৰ ফলত ৰাষ্টাটোৰ ভালেখিনি।ভাগি যোৱাৰ বাবে ONGC ৰ দায়িত্ব বাহী বিষয়াই ৰাষ্টাটো মেৰামতি কৰিদিয়াৰ লগতে গাঁও খনৰ সকলো সমস্যা।সমাধানৰ প্ৰতিশ্ৰুতি দিছিল ।কিন্তু আজি পৰ্য্যন্ত এই সাতবছৰেও কোনো গুৰুত্ব নিদিয়াৰ ফলত ৰাইজে উত্তাল প্ৰতিবাদ কৰি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ।কৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ বামুণবাৰী তিনিআলিত জনজাতিকৰণৰ দাবী আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত আটাছুৰ উত্তাল প্ৰতিবাদ ।
মৰাণৰ বামুণবাৰী তিনিআলিত সদৌ টাই আহোম ছাত্ৰ সন্থা ( আটাছু ) উত্তাল প্ৰতিবাদ । টাই আহোমকে ধৰি ৬...
খোৱাং মহাবিদযালয়ত নবাগত আদৰণী সভা আৰু শৈক্ষিকবঁটা প্ৰদান সভা অনুস্থিত
খোৱাং মহাবিদযালয়ত নবাগত আদৰণী সভা আৰু শৈক্ষিকবঁটা প্ৰদান সভা অনুস্থিত
খোৱাং মহাবিদ্যালয়ত...
આણંદ શ્રી કમલમ્ ખાતે જીલ્લા ભાજપા કારોબારી બેઠક યોજાઇ
આણંદ જીલ્લા ભાજપા કાર્યાલય “શ્રી કમલમ”ખાતે જીલ્લા કારોબારી બેઠકનુ આયોજન કરવામાં...