বিজেপিৰ যুব নেতা ড° অসীম কুমাৰ দাসে  ৰহাৰ ঘাঁহীৰ নিবাসী তথা আৰ্থিক ভাবে দুৰ্বল ৰোগাক্ৰান্ত নবম শ্ৰেনীৰ ছাত্ৰ শিৰোমনি ৰ উচ্চ চিকিৎসাৰ দায়িত্বলৈ মহানুভাবতাৰ পৰিচয় দিয়ে।

     ৰহাৰ ঘাঁহী মাজগাঁও নিবাসী ফাকুমনী দাস আৰু ৰুপামনী দাসৰ পুত্ৰ তথা নবম শ্ৰেনীৰ ছাত্ৰ শিৰোমনি দাস যোবা জানুৱাৰীৰ পৰা নাৰ্ভৰ জটিল ৰোগত আক্ৰান্ত হৈ চলাফুৰা কৰিব নোবাৰি বিচনাতে দিন অতিবাহিত কৰিব লগিয়া হোবাত পৰিয়ালবৰ্গ চিন্তিত হোবাৰ লগতে আৰ্থীক ভাবে দুৰ্বল পিতৃ মাতৃয়ে পুত্ৰৰ চিকিৎসা ৰ ভাবে সহায়ৰ অনুৰূধ জনোবাৰ লগতে আজি বিজেপি অনুসূচিত জাতি মোৰ্চাৰ ৰাজ্যিক সাধাৰন সম্পাদক ড° অসীম কুমাৰ দাসে ছাত্ৰ জনৰ খবৰ পাই আজি ছাত্ৰ জনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজৰ লগত কথা পতাৰ লগতে গুৱাহাটী এপলো ত ছাত্ৰ জনৰ উচ্চ চিকিৎসাৰ দায়িত্ব লোবাৰ লগতে গুবাহাটি অহা যোবাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি মহানুভাবতাৰ পৰিচয় দিয়ে।

    যুব নেতা ড° অসীম দাসৰ এই মহানুভাবতাৰ স্থানিয় ৰাইজৰ লগতে পৰিয়াল বৰ্গয়ে প্ৰশংসা কৰে।