সোমবাৰে সন্ধ্যা শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত সদৌঅসম কৃষ্ণ সূৰ্য্য নাম সমাজৰ উদ্যোগত আয়োজিত সংকল্প পাল নামৰ থলীত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন। ৩১অক্টোবৰৰ পৰা পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সংকল্পিত মহা পাল নাম সদৌ অসম কৃষ্ণ।সূৰ্য্য নাম সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব। আঠখলপীয়া গুৰুৰ আসনৰ আগতছকুৰী ছগৰাকী ভকতে কৰিব নাম মালা জপ। একলাখ ভকতক আদৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰা হৈছে। সৌকাজন সত্ৰৰ পৰা অনা হৈছে আঠখলপীয়া গুৰুৰ আসন। লাইখুটা স্থাপনৰ দিনা জ্বলোৱা অক্ষয় বন্তিৰ আগত ভকত বৈষ্ণৱে বন্দনা কৰা পৰিলক্ষিত হৈছে।মুল তোৰণ ,বাটচৰা, আদিৰ আধ্যাত্মিকতা গঢ়ি তোলাৰ প্ৰয়াস কৰিছে কৃষ্ণ গুৰু নাম সমাজৰ। আনহাতে অস্থায়ী মণিকূটৰ আগত জয় -বিজয়ৰ প্ৰতিমূত্তি স্থাপনকৰা হ'ব বুলি জানিবলৈ দিয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आमदार नितेश राणे पत्रकार परिषद... मोर्चा कशाला, सामोरे जा..!, आम्ही ही गेलो
आमदार नितेश राणे पत्रकार परिषद.... आमदार वैभव नाईक यांची प्रॉपर्टी तीनशे पटीने वाढली
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
વડોદરા માં બદલી
વડોદરાનું વહીવટી તંત્ર ચૂંટણીની તૈયારીમાં જોતરાયું: જિલ્લા કલેક્ટરે 32 નાયબ મામલતદારોની બદલી કરી,...
અમદાવાદમાં નવા વર્ષનું નવું નજરાણું "શુભારંભ"નું આયોજન કરાશે
ગુજરાતીઓનું નવું વર્ષ શરૂ થયું છે ત્યાં જ યુવી ઈવેન્ટ્સ અમદાવાદીઓ માટે એક અનોખો સંગમ લઈને...