ডিব্ৰুগড় জিলাৰ মৰাণ অভয়পুৰ মহিলা জামাতৰ উদ্যোগত শণিবাৰে নিশা ছয় বজাৰ পৰা ন।বজালৈকজছনে চিৰত-এ-ফাতমা ৰাদি আল্লাহ -হু -আনহা- অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত তিনিচুকীয়াৰ।পৰা অহা দহ গৰাকীকৈ আলিমাইয়ে অংশ গ্ৰহন কৰে ।অনুষ্ঠানত মৰাণৰ বিভিন্ন অঞ্চলৰ পৰা পাঁচ শতাধিক মহিলাই অংশ গ্ৰহন কৰে। উদ্যোক্তা সমিতিৰ সভানেত্ৰী শবনম খান আৰু সম্পাদিকা চানি আৰা বেগমে জনোৱা মতে অনুষ্ঠানত চিনাকী পৰ্ব আলহীক আলহীক আদৰণিৰ পিছত কোৰাণ পাঠ ,দোৱা আৰু চিৰনি বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गावासह शहरातील वस्त्यांमध्ये अभ्यासिका झाल्या पाहिजे या विषयाचे प्रणेते शंकर भाई कंकाळ
अकोला दिनांक 16 ऑक्टोंबर 2022
हनुमान चौक अकोट फाईल अकोला स्थानिक शंकर नगर येथे विद्यार्थ्यांना...
Hyderabad में Akbaruddin Owaisi ने BJP Candidate को लेकर कहा - जिसको आना है आ जाओ | Maadhavi Latha
Hyderabad में Akbaruddin Owaisi ने BJP Candidate को लेकर कहा - जिसको आना है आ जाओ | Maadhavi Latha
Asian Games में Harmilan Bains ने जीते Medal, मां Madhuri Saxena भी कर चुकीं हैं कमाल (BBC Hindi)
Asian Games में Harmilan Bains ने जीते Medal, मां Madhuri Saxena भी कर चुकीं हैं कमाल (BBC Hindi)
ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ৰপেক্স ফেৰী।
ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ৰপেক্স ফেৰী।