ডিব্ৰুগড় জিলাৰ মৰাণ অভয়পুৰ মহিলা জামাতৰ উদ্যোগত শণিবাৰে নিশা ছয় বজাৰ পৰা ন।বজালৈকজছনে চিৰত-এ-ফাতমা ৰাদি আল্লাহ -হু -আনহা- অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত তিনিচুকীয়াৰ।পৰা অহা দহ গৰাকীকৈ আলিমাইয়ে অংশ গ্ৰহন কৰে ।অনুষ্ঠানত মৰাণৰ বিভিন্ন অঞ্চলৰ পৰা পাঁচ শতাধিক মহিলাই অংশ গ্ৰহন কৰে। উদ্যোক্তা সমিতিৰ সভানেত্ৰী শবনম খান আৰু সম্পাদিকা চানি আৰা বেগমে জনোৱা মতে অনুষ্ঠানত চিনাকী পৰ্ব আলহীক আলহীক আদৰণিৰ পিছত কোৰাণ পাঠ ,দোৱা আৰু চিৰনি বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ইউ এছ টি এমত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
ইউ এছ টি এমত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ।
বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ।
আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন...
महाराष्ट्र में शिवसेना की 45 कैंडिडेट्स की पहली लिस्ट:शिंदे कोपड़ी पाचपाखाडी से चुनाव लड़ेंगे
शिंदे गुट की शिवसेना ने महाराष्ट्र विधानसभा चुनाव के लिए मंगलवार की देर रात 45 उम्मीदवारों की...
બોલી બોલ્યા વિના ઉજવણી કરી
બોલી બોલ્યા વિના ઉજવણી કરી
મહાવીર વાંચન ની : હાર્દિક હુંડિયા
દાદાના પારણા નો લાભ લીધો મરાઠી...