মঙলদৈ পিপিৰাদোকান পটালশিং পাৰা আৰ্তজনৰ কাষত অসম ড্ৰাগ ডিষ্টিবিউটৰ আৰু কামৰূপ ড্ৰাগ ডিষ্টিবিউটৰৰ৷সহযোগ কৰিলে দৰং বিজেপি যুৱ মৰ্চা আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ৷দৰং জিলাৰ বৃহত্তৰ পশ্চিম মঙলদৈ অঞ্চলত হৈ যোৱা বানত ক্ষতিগ্ৰস্ত লোক সকলৰ কাষত থিয় দিছে বিভিন্ন জনে৷ আজি মঙলদৈ পিপিৰাদোকান পটালশিং পাৰাত সাহায্য প্ৰদান কৰিলে অসম ড্ৰাগ ডিষ্টিবিউটৰ আৰু কামৰূপ ড্ৰাগ ডিষ্টিবিউটৰৰ কৰ্মী সকলে৷ সাহায্য প্ৰদানত সহযোগ কৰিলে দৰং বিজেপি যুৱ মৰ্চা আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
LIMBADI || 17 ઉપરાંત વિસ્તારોમાં ગણપતિ મહોત્સવ આયોજન કરવામાં આવ્યું ત્યારે આજે ગણેશજી વિસર્જન કરાયુ
SWATANTRA TV NEWS powered by SITAROKI DUNIYA RNI reg. GUJGUJ/2011/39000 https://www.sdnews.press/...
Breaking News: Nitish Kumar की सरकार को बड़ा झटका, Bihar में जातीय जनगणना पर पटना हाईकोर्ट की रोक
Breaking News: Nitish Kumar की सरकार को बड़ा झटका, Bihar में जातीय जनगणना पर पटना हाईकोर्ट की रोक
Rajasthan Election 2023: Mahant Balaknath और Diya Kumari के बीच कांटे की टक्कर, कौन बनेगा CM
Rajasthan Election 2023: Mahant Balaknath और Diya Kumari के बीच कांटे की टक्कर, कौन बनेगा CM
জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসনৰ সভা অনুষ্ঠিত
মাজুলীৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত জিলা উপায়ুক্তৰ লগতে বিভিন্ন...