দুৰ্গাপূজা সুকলমে অনুষ্ঠিত কৰাৰ লগতে পূজা সমিতিবোৰক কিছু আৰ্থিক সকাহ প্ৰদান কৰাৰ মানসেৰে আজি ২০ অক্টোবৰ, শুক্ৰবাৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ সমষ্টিৰ ২৯খন পূজা সমিতিক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি অসম চৰকাৰে আগবঢ়োৱা ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক বিতৰণ কৰে ৷ নাজিৰা আৰু ডিমৌ সমষ্টিত আয়োজন কৰা দুৰ্গাপূজা সমিতিসমূহকো এই আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, এইবাৰ শিৱসাগৰ জিলাত ১০৪ খন দুৰ্গাপূজা অনুষ্ঠিত হৈছে আৰু প্ৰতিখন পূজা সমিতিয়ে এই দহ হাজাৰ টকাৰ অনুদান লাভ কৰিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ গাড়ীলৈ জুৱাৰীৰ শিলাবৰ্ষণ
তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ গাড়ীলৈ জুৱাৰীৰ শিলাবৰ্ষণ
કોંગ્રેસ પક્ષ તરફથી માંગ કરીએ છે ગરબા પર લાગેલો GST તરત પરત લેવામાં આવે !ડો મનીષ દોશી #bjp #congress
કોંગ્રેસ પક્ષ તરફથી માંગ કરીએ છે ગરબા પર લાગેલો GST તરત પરત લેવામાં આવે !ડો મનીષ દોશી #bjp...
फिल्मी अवतार में भगवान गणेश! | EMS TV 01-Sep-2022
फिल्मी अवतार में भगवान गणेश! | EMS TV 01-Sep-2022
બોટાદમાં મેઘો ખાંગો થયો, ટ્રેક્ટર નદીમાં પ્રવાહિત, ટ્રાફિક જામના દ્રશ્યો સર્જાયા
બોટાદ મેઘો ખાંગો થયો, ટ્રેક્ટર નદીમાં પ્રવાહિત, ટ્રાફિક જામના દ્રશ્યો સર્જાયા