আজি মহাষষ্ঠী,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন পুজা পেণ্ডেলত সন্ধ্যা পুৰোহিত ৰ দ্বাৰা বৈদিক মন্ত্ৰচাৰনেৰে মহাষষ্ঠী কলহ স্থাপন, বেলবৰনেৰে মহিশাসুৰ মৰ্দনী,জগতজননী মা দুৰ্গা ষষ্টী বেদিত প্ৰান প্ৰতিষ্ঠা কৰা হয় আৰু চাৰিদিনীয়া শাৰদীয় দুৰ্গা পুজাৰ শুভাৰম্ভ হয়।

     ৰহা চাপৰমুখ অঞ্চলৰ বিভিন্ন দূৰ্গা পূজা সমিতিৰ দ্বাৰা মাৰ আটকধুনিয়া পুজা পেণ্ডেল নিৰ্মান কৰাৰ লগতে ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ ৰ উপলক্ষে উওৰাখন্ড স্থিত কেদাৰনাথ ধামৰ আৰ্হিত পুজা পেণ্ডেল নিৰ্মাণ কৰাৰ লগতে ৰহা জ্যোতি সংঘ দুৰ্গা পুজা উদযাপন সমিতিয়ে শংখ চক্ৰ গদ্দা পদ্ম নিৰ্মান কৰিছে।

       আজি পুৰোহিতৰ দ্বাৰা বৈদিক মন্ত্ৰচাৰনেৰে ষষ্ঠী পুজা অৰ্চনাৰে সমস্ত ক্ষেত্ৰ ভক্তিময় হৈ পৰে।

   অহাকালি শনিবাৰে মহাসপ্তমী বিহিত পূজা হব‌।