দৰঙৰ বিশিষ্ট সমাজসেৱিকা মঙ্গলদৈ শান্তিপুৰ নিবাসী ৰাণী দেৱীৰ (৮৪) যোৱা ১৮ অক্টোবৰত সন্ধিয়া নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। সাহিত্য আৰু সমাজসেৱা দুয়োখন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা ৰাণী দেৱীয়ে অসম আন্দোলনত বলিষ্ঠ অংশগ্ৰহণ কৰিছিল। ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ আজীৱন সদস্যা, দৰং জিলাৰ এগৰাকী নেতৃস্থানীয় মহিলা, দৰঙৰ এক প্ৰতিবাদী কণ্ঠ, দৰং জিলা মহিলা সমিতিৰ দীৰ্ঘকালৰ সভানেত্ৰী তথা বৰ্তমানৰ মুখ্য উপদেষ্টা ৰাণী দেৱীৰ বিয়োগত মঙ্গলদৈ বাসীৰ মাজত শোকৰ বন্যা বিয়পি পৰে। তেওঁৰ মৃত্যুত জিলাখনৰ জনপ্ৰতিনিধি তথা বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত অসংখ্য লোকে বাসগৃহত উপস্হিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ, কন্যা সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।কালি দিনত মঙ্গলদৈৰ ৰাজহুৱা শ্মশানত তেখেতৰ শেষ কৃত্য সম্পন্ন হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા ગવાડી વિસ્તાર મા મેરી માટી મેરા દેશ કાર્યકમ ઉજવણી કરાઈ
રિપોર્ટ. લતીફ સુમરા
આજ રોજ દેશ નાં વડાપ્રધાન અને ગુજરાતના પનોતા પુત્ર નરેન્દ્ર મોદી સાહેબ...
Outpost Mebo upgraded and operationalized as full fledged 'C' class Police Station
Outpost Mebo was upgraded into full fledged “C” Class Police Station vide General...
MP Politics: शिवराज पर बरसे कमलनाथ, कहा- भाजपा को तो हिसाब यात्राएं निकालना चाहिए
मध्यप्रदेश में प्रदेश कांग्रेस कमेटी के अध्यक्ष और पूर्व मुख्यमंत्री कमलनाथ ने मुख्यमंत्री शिवराज...
ગુજરાતની જનતા એ ભ્રમ ફેલાવવા વાળા લોકો થી ચેતીને રહેવાનું છે: ઈસુદાન ગઢવી
આમ આદમી પાર્ટી ના નેશનલ જોઈંટ જનરલ સેક્રેટરી ઇસુદાન ગઢવી એ ભાજપના પ્રદેશ અધ્યક્ષ સી.આર. પાટીલ જી...