অৱশেষত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাৰ্ক্ৰাৰীৰ নাটকীয় পদত্যাগ । আস্থাভোটত পৰাজয় দীপুৰঞ্জন মাৰ্ক্ৰাৰীৰ। বিগত বৰ্ষ ৪ ডিচেম্বৰতে পৰিষদত সংঘটিত ব্যাপক খেলিমেলি, দুৰ্নীতি, বিত্তীয় অনিয়মৰ সন্দৰ্ভত অনাস্থা আনিছিল পৰিষদৰ ২৪ জন সদস্যই। । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰত অনাস্থা অনাৰ পাছতে মাক্ৰাৰীয়ে আদালতৰ কাষ চাপিছিল। ইয়াৰ পাছতে অৱশ্যে আদালতে মাক্ৰাৰীৰ সকলো ক্ষমতা কৰ্তন কৰি বিগত প্ৰায় এটা বছৰে প্ৰায় অচল হৈ পৰিছিল পৰিষদৰ কাম-কাজ। পৰিষদত ব্যাপক খেলিমেলি, বিভিন্ন অনিয়ম, স্বেচ্ছাচাৰিতাৰ অভিযোগত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে অনাস্থা অনাৰ প্ৰায় এটা বৰ্ষৰ পাছত আজি মাক্ৰাৰীয়ে নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে। অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত নহ'ল।নিজৰ গাড়ী চালকৰ হাতত বগা কাগজত লিখি নিজৰ চহী নমৰাকৈয়ে প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ । উল্লেখযোগ্য যে,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আজি দ্বীপুৰঞ্জন মাক্ৰাৰীৰ বিৰূদ্ধে আছিল আস্থা ভোট।আস্থা ভোটত মাক্ৰাৰীৰ বিৰুদ্ধে ২৪ জনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। যাৰফলত, অনায়াসে পৰাজয়বৰন কৰে সুৰ্দীঘ বছৰ ধৰি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দায়িত্বত থকাৰ দীপুৰঞ্জন মাৰ্ক্ৰাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हमने कहा मणिपुर, उन्होंने करीना कपूर सोच लिया:कांग्रेस नेता पवन खेड़ा का प्रधानमंत्री पर तंज; कल कपूर फैमिली से मिले थे PM मोदी
कांग्रेस नेता पवन खेड़ा ने प्रधानमंत्री नरेंद्र मोदी और कपूर फैमिली की मुलाकात पर तंज किया है।...
INDIA Alliance Protest Updates: BJP पर बरसे Mallikarjun Kharge, कहा- जिनका मुंह बंद था वो भी सस्पेंड
INDIA Alliance Protest Updates: BJP पर बरसे Mallikarjun Kharge, कहा- जिनका मुंह बंद था वो भी सस्पेंड
অজস্ৰ গুণমুগ্ধক কন্দুৱাই চিৰদিনৰ বাবে গুচি গল প্ৰাক্তন আলফা নেতা বিত্ত সম্পাদক, জেনেৰেল মেজৰ জীৱন মৰাণ
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওৱন গাঁওৰ গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ ওৰফে জীৱন অসমৰ শনিবাৰে সন্ধিয়া...
અસગરી પાર્કના પ્લોટ નં ૯૪ માં ચાર દિવસ થી પડેલી ગાયના માસની દુરગઁધ લોકો બીમાર તથા હીઝરત કરવા મજબુર.!
એક તરફ પી.એમ મોદી દ્વારા સ્વચ્છ ભારત અભિયાન અંતર્ગત મહેનત અને અરબો રૂપિયાનુ બજેટ ખર્ચ તથા મહાત્મા...