দ্ৰুৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশজুৰি বৈছে আনন্দৰ লহৰ। ব্যতিক্রম নহয় মঙ্গলদৈ। মঙ্গলদৈৰ বাংলাগড় চাহ বাগিচাত ঝুমুৰৰ তালে তালে নৃত্য কৰাৰ লগতে ফটকা ফুটাই , মিঠাই খাই আনন্দ কৰে চাহ বাগানৰ আদিবাসী সকলে। এই আনন্দ উৎসৱত ঝুমুৰ নৃত্যত কঁকাল ভাঙিলে ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱীয়ে। লগতে উপস্থিত আছিল উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱ শৰ্মা আৰু আনোৱাৰ হুছেইন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उप राष्ट्रीय पल्स पोलियो टीकाकरण दिवस 8 दिसम्बर को
आगामी 8 दिसंबर को आयोजित होने वाले उप राष्ट्रीय पल्स पोलियो टीकाकरण दिवस के तहत आमजन को जागरूक...
ઓગસ્ટમાં કુલ 13 દિવસ બેંકો બંધ રહેશે, બ્રાન્ચમાં જતા પહેલા અહીં સંપૂર્ણ યાદી તપાસો
ઓગસ્ટ મહિનો આવી રહ્યો છે. જો તમે ઓગસ્ટ મહિનામાં બેંક સંબંધિત કોઈ કામ કરવા જઈ રહ્યા છો, તો પહેલા આ...
AJYCP মৰাণ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক জয়ন্ত দিহিঙীয়াৰ আকস্মিক মৃত্যুত মৰাণত শোকৰ ছাঁ
অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক জয়ন্ত দিহিঙীয়াৰ আকস্মিক...
દિલ્હી MCD ના ઇલેક્સન માં આમ આદમી ની બહુમત થી જીત
દિલ્હી મ્યુનિસિપલ કોરપ્રેશન ઓફ દિલ્હી ના ઇલેક્સન માં આમ આદમી પાર્ટી એ સંપૂર્ણ બહુમત થી જીત મેળવી...