আজি লক্ষীমপুৰত ৰাজ্যৰ ঋণগ্ৰস্ত মহিলি সকলক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে জিলাখনৰ প্ৰিয় ১৩,৬৪১ গৰাকী মহিলাক এই আঁচনিৰ।অধুনত ঋণমুক্তিৰ প্ৰমানপত্ৰ প্ৰদান কৰা।হৈছে। আজিৰ এই কাৰ্যসূচীত বিধায়ক নৱ কুমাৰ দলে , বিধায়ক অমিয় কুমাৰ ভূঞাকে ধৰি ভালেকেইজন গণ্যমান্য লোক উপস্থিত থাকে।
অসম মাইক্ৰফাইনান্স উদ্গনি আৰু সকাহ।আঁচনিৰ" হিতাধিকাৰী সকলক ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদানকৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেনমহনে।
