চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সুখবৰ। বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে বাগিচা মালিক কৰ্তৃপক্ষ, চাহ বাগিচাৰ প্ৰতিনিধি, চাহ মজদূৰ সংঘৰে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰ হয়।

২০৫ টকাৰ পৰা ২৩২ টকালৈ বৃদ্ধি হ’ব মজুৰি। অৰ্থাত পূৰ্বতকৈ মুঠ ২৭ টকা বৃদ্ধি পালে।

১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।