আজি সোণাৰি কমাৰ্চ কলেজৰ প্ৰতিষ্ঠা দিৱস। ১৯৯১ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল চৰাইদেউ জিলাৰ এই শিক্ষানুষ্ঠান খনে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজত বাণিজ্য আৰু কলা দুয়োটা শাখাৰে পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা আছে। উল্লেখ্য যে, এই শিক্ষানুষ্ঠান খনৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে দশম স্থান দখলেৰে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किसानों व महिलाओं को सम्बल देने में नहीं रहेगी कोई कमी जिला प्रभारी मंत्री
राज्य सरकार के एक वर्ष पूर्ण होने के अवसर पर शुक्रवार को राजकीय महाविद्यालय में किसान सम्मेलन का...
ઠાસરા પાલિકા દ્વારા સિટી વૉક યોજાઈ..
ઠાસરા પાલિકા દ્વારા સિટી વૉક યોજાઈ
ઠાસરા ઠાસરા નગરપાલિકા આયોજિત જી-૨૦ સીટી વૌક કાર્યક્રમ...
মৰিগাঁৱৰ বৰচিলা শিক্ষাখণ্ডৰ শিক্ষাগুৰু সকলৰ স্বৰচিত কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান
মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰচিলা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক সকলৰ এখনি স্বৰচিত...
Himachal Cabinet: लोहड़ी पर कर्मचारियों को सौगात, हिमाचल में पुरानी पेंशन योजना बहाल, गदगद हुए कर्मचारी
हिमाचल प्रदेश सरकार ने लोहड़ी के पर्व पर प्रदेश के कर्मचारियों को पुरानी पेंशन योजना की सौगात दी...
Free में कर सकते हैं सेल्फ हेल्थ चेकअप, आपके फोन के इस ऐप में छुपा है एक खास फीचर
आज के समय के खानपान के साथ स्वस्थ दिख रहा व्यक्ति भी अंदर से अस्वस्थ हो सकता है। यही वजह है कि हर...