সমগ্ৰ ৰাজ্যৰ লগতে আজি বৃহতৰ ৰহা চাপৰমুখত পবিত্ৰ মহালয়া উদযাপন কৰাৰ লগতে সহস্ৰাধিক ভক্ত প্ৰাত: ভ্ৰমন কৰে আৰু সমস্ত ক্ষেত্ৰ চণ্ডী পাঠেৰে ভক্তিময় হৈ পৰে।