শিৱসাগৰ জিলাৰ মানটনীয়া গাঁৱত ৰামধেনু বয়ন শিল্প প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওঁগৰ। বৃহস্পতিবাৰে জিলা উন্নয়ণ আয়ুক্ত কাৰ্য্যালয়ৰ পৰাসবিশেষ তথ্য জানিব পৰা মতে দেওৰজা গাঁও পঞ্চায়তৰ মান টনীয়া গাঁৱত বাইশটা আত্মসহায়ক গোটৰ উমৈহতীয়া সংগঠন ৰামধেনু গ্ৰাম্য সংগঠনৰ ষাঠিগৰাকী শিপিনীৰ সহযোগিতাত একত্ৰিত ৰূপত ৰামধেনু বয়ন শিল্প নামেৰে নতুনকৈ গঢ় দিয়া প্ৰতিষ্ঠানটিৰ শুভাৰম্ভ কৰাহয় জিলা উনয়ণ আয়ুক্ত বিতোপন নেওঁগৰ দ্বাৰা। শিৱসাগৰ জিলাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক ডাঃ সুৰজ্যোতি গগৈৰ লগতেউপস্থিত থাকে খণ্ড প্ৰকল্পৰ প্ৰৱন্ধক প্ৰবুদ্ধ গগৈ। তদুপৰি গৌৰিসাগৰ উন্নয়ণ খণ্ডৰ খণ্ড সমন্বয়ক সকলৰ লগতে জীৱিকা সখীসকল উপস্থিত থাকে এই কাৰ্য্য সূচীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूनीक कैमरा डिजाइन के साथ लॉन्च होगा Galaxy S25 Slim, Samsung ने कर ली बड़ी तैयारी
सैमसंग अगले साल की शुरुआत में Galaxy S25 Slim को लॉन्च करने की तैयारी कर रहा है। रिपोर्ट में...
पुलिस अधीक्षक पन्ना द्वारा पुलिस परिवार के बच्चों तथा महिलाओ को ड़ी गई अभिमन्यु अभियान की जानकारी
*पुलिस अधीक्षक पन्ना द्वारा पुलिस परिवार के बच्चों तथा महिलाओं को दी गई अभिमन्यु अभियान की...
দৰঙত বিশ্ব জনসংখ্যা দিৱস উদযাপন*
মঙলদৈ,১১ জুলাই: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো বিশ্ব জনসংখ্যা দিৱস উদযাপনৰ লগতে পষেকজোৰা...
ডিমৌত আটাছুৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি আৰু শিৱসাগৰ মহকুমাৰসম্পাদকৰ উপস্থিতিত আটাছুৰ ডিমৌ নগৰ সমিতি গঠন।।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শক্তিশালী আঞ্চলিক ডিমৌ আঞ্চলিক সমিতিৰ অন্তৰ্গত ডিমৌ নগৰ শাখাৰ সমিতিখন...
જેતપુરમાં રખડતા ઢોરનું સામ્રાજ્ય
નગરપાલિકા તંત્રના આંખ આડા કાન
જેતપુર નવાગઢ નગરપાલિકા રખડતા ઢોરોના આતંકને નાથવામાં...