যোৱা ৮ অক্টোবৰত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক মহাসভা, অসমে অনুষ্ঠিত কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সত্ৰনগৰী মাজুলী ফুলনি চাৰিআলিৰ বাসিন্দা, শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অভিনেতা, নাট্যকাৰ শংকৰী সংস্কৃতিৰ সাধক দীনাৰাম বৰালৈ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় । শৈশৱৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ফুলনি অঞ্চলত ৰাস, ভাওঁনা, অভিনয়ৰ লগত জড়িত হৈ মাজুলীৰ সাংস্কৃতিক জগতখনত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰৱৰ্তী সময়ত তেখেতে শংকৰী কলা কৃষ্টি চৰ্চা কৰি কীৰ্ত্তন, ভাগৱত, বৰগীত, দিহানাম আদিত পাৰ্গত হৈ পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Afghan Girl in Olympics: ओलंपिक के लिए कैसे चुनी गई अफ़ग़ानिस्तान की ये लड़की? (BBC Hindi)
Afghan Girl in Olympics: ओलंपिक के लिए कैसे चुनी गई अफ़ग़ानिस्तान की ये लड़की? (BBC Hindi)
हौशी पर्यटक काढत होते व्हिडिओ, इतक्यात सिहं आला आणि... । Viral Video । Hpn Marathi News
हौशी पर्यटक काढत होते व्हिडिओ, इतक्यात सिहं आला आणि... । Viral Video । Hpn Marathi News
मोदी ने जम्मू-कश्मीर में एक नया सूर्योदय किया है, अब्दुल्लाओं, मुफ्तियों को नापाक इरादे बंद करने होंगे : चुघ
भाजपा के राष्ट्रीय महासचिव तरुण चुघ ने जारी अपनी प्रेस विज्ञपि में कहा कि ‘विकसित भारत...
Rakhwale: ATAGS और K9 Vajra के बाद भारत Bofors की तरह एक और नई Artillery Gun ला रहा है | FARP
Rakhwale: ATAGS और K9 Vajra के बाद भारत Bofors की तरह एक और नई Artillery Gun ला रहा है | FARP