লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ উক্ত শুভাৰম্ভণি অনুষ্ঠানটো পৰিচালনা কৰে লালুক আছুৰ সভাপতি দিব্যজ্যোতি গগৈয়ে৷ অনুষ্ঠানত লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰাজ কুমাৰ বৰা, লালুক উঃ মাঃ বিদ্যালয়ৰ সহ শিক্ষক গিৰিশ বৰা,চি আৰ চি চি নাৰায়ণ চন্দ্ৰ শৰ্মা,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত বৰা৷ উক্ত বিনামূলীয়া পাঠদান কাৰ্যসূচীত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ গণিত,বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পাঠদান আগবঢ়াব বুলি লালুক আছুৰ সম্পাদক জীন গোস্বামীয়ে জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી પગપાળા જતા યાત્રાળુઓ માટે સેવા કેમ્પ શરૂ કરવામાં આવ્યો
અંબાજી પગપાળા જતા યાત્રાળુઓ માટે સેવા કેમ્પ શરૂ કરવામાં આવ્યો
Samsung ने पेश किया एक नया टैबलेट, Galaxy Tab S6 Lite (2024) इन मायनों में है खास
सैमसंग ने अपने ग्राहकों के लिए एक नया टैबलेट Galaxy Tab S6 Lite 2024 पेश किया है। यह टैबलेट असल...
જુગાર રમતા 25 આરોપીને દાહોદ રૂરલ પોલીસે ઝડપી પાડ્યા / સબંધ ભારત ન્યુઝ
જુગાર રમતા 25 આરોપીને દાહોદ રૂરલ પોલીસે ઝડપી પાડ્યા / સબંધ ભારત ન્યુઝ