পিয়লি নগৰস্থিত কে ডি ইঞ্জিনিয়াৰিঙৰ সন্মুখত দাৰে উপৰ্যুপৰি আক্ৰমণ পাখনা ওৰাঙ (২৮) নামৰ এজন লোকক। 

হোআক্ৰমণকাৰী লোকজন এচাম লোকৰ মতে মানসিক বিকাৰগ্ৰস্ত বুলি জানিব দিয়ে। 

সংকট জনক অৱস্থাত পাখনা ওৰাঙক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৰাণ আৰক্ষীয়ে। আৰু আক্ৰমণকাৰী জনক কৰায়ত্ব কৰি মৰাণ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

আক্ৰমণকাৰী লোকজন নগাঁৱ কচুৱাৰ ফকৰুদ্দিন আলি আহমেদ বুলি জানিব পৰা গৈছে। 

ফকৰুদ্দিন আলি আহমেদে পুজা মণ্ডপ সাজি থকাৰ পৰা দা লৈ উপৰ্যুপৰি আক্ৰমণ কৰিছিল পাখনা ওৰাঙক