চৰাইদেউ জিলাৰ সোণাৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰে এক সমদল দলৰে ভাৰত বৰ্ষৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ উপল্লখে আজাদীকা অমৃত মহোৎসৱৰ ত্ৰিৰংগা অভিযানে এক গতি লাভ কৰিছে।
সেয়েহে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰত্যেকৰ ঘৰত একোখনকৈ পতাকা উত্তোলন কৰিবলৈ এই সমদল বাহীৰ কৰি অভয়পুৰ পঞ্চায়ত ত অনুষ্ঠিত হোৱা এখন সভাত অংশ গ্ৰহন কৰে সদস্যা সকলে ।