অসমীয়া গহনা প্ৰতিষ্ঠান ডুগডুগীয়ে শাৰদীয় দুৰ্গোৎসবৰ উপলক্ষে বিশেষ ৰেহাই অফাৰৰ ঘোষনা কৰিছে।

    ১৪টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক তথা জনপ্ৰিয় অসমীয়া গহনা প্ৰতিষ্ঠান ডুগডুগী স্বতাধিকাৰী তথা সমাজকৰ্মী উৎপল বনিয়াই জানিব দিয়া মতে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ডুগডুগীৰ নগাঁও, গুৱাহাটী,যোৰহাট,লখিমপুৰ,ডিব্ৰুগড় শাখা ৰ লগতে ডুগডুগী ৰ অনলাইন বেবচাইট www.dugdugi.in ত ২০শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰাৰ সুবিধা লাভ কৰাৰ উপৰিও এবাৰ ব্যবহাৰ কৰিব পৰা ২৫শতাংশ মূল্যৰ ৰেহাই কাৰ্ড পাব।

লগতে মৰিগাঁও, তেজপুৰ শাখাত ২৫ শতাংশ ৰেহাই লগতে টকা ৰিটাৰ্ন পাব পৰা গিফট কুপন অথবা এবাৰ ব্যবহাৰ কৰিব পৰা ২৫শতাংশ মূল্যৰ ৰেহাই কাৰ্ড দিয়া হব।তদুপৰি লাকী ড্ৰৰ জৰিয়তে ৫গৰাকী গ্ৰাহকলৈ বিশেষ পুৰস্কাৰ দিয়া হব।

এই সুবিধা সমুহৰ লাভ অহা ২৮অক্টোবৰলৈ লব পাৰিব আৰু অধিক জানিবৰ বাবে তথা অনলাইন ক্ৰয় কৰিবলৈ ৮৮২২৬৫৩৩০৭নম্বৰত যোগাযোগ কৰিব পাৰিব।