দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা ৷ ব্যতিক্ৰম নহয় ঢকুৱাখনাটো ৷ ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসকলৈ পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে অসম আৰক্ষীৰ জোৱান সকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ - ছাত্ৰী সকলে। মুঠ ২১ টা দলে অংশগ্ৰহণ কৰিব পেৰেডত ৷ ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে প্ৰতিটো দলে ৷ প্ৰায় ২১ টাতকৈ মাৰ্চ - পাৰ্চৰ দলে অংশ লোৱা উক্ত অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Election Results: लाडली बहनें ‘मामा’ की नैया पार लगाएंगी! | Shivraj Singh Chouhan | Jyotiraditya
MP Election Results: लाडली बहनें ‘मामा’ की नैया पार लगाएंगी! | Shivraj Singh Chouhan...
जम्मू-कश्मीर के डोडा में PM की रैली आज:50 साल में डोडा पहुंचने वाले पहले प्रधानमंत्री होंगे मोदी
प्रधानमंत्री नरेंद्र मोदी शनिवार को जम्मू-कश्मीर के डोडा में मेगा रैली को संबोधित करेंगे। यह...
Lexus ES Crafted Collection: करीब 65 लाख रुपये से शुरू कीमत, दमदार इलेक्ट्रिक मोटर और कई शानदार फीचर्स से लैस
Lexus ES Crafted Collection को मार्केट में 64.64 लाख रुपये एक्स शोरूम कीमत में लॉन्च कर दिया है।...
આજ ફીર દિલને એક તમન્ના કી
આજ ફીર હમને દીલકો સમજાયા
કિસી નજર કો તેરા ઇંતજાર આજ ભી હે.
આવી અનેક ગઝલોને પોતાના ઘેઘુર આ અવાજે લોકપ્રિય બનાવનાર...