ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ৰুপে দ্ৰোপদী মুৰ্মু নিৰ্বাচিত হোৱাত দেশৰ সকলো প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো উঠিছে আনন্দৰ জোঁৱাৰ ৷ নাৰায়ণপুৰত বিজেপি দলৰ সমৰ্থকসকলৰ আনন্দোৎসৱ মাজতে বিশেষকৈ শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আদিবাসী বসতি প্ৰদান অঞ্চলত আদিবাসী লোকসকল উলাই আহি ৰাষ্ট্ৰপতি গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰত মাতা কী জয় ধ্বনিৰে আনন্দোৎসৱ কৰা পৰিলক্ষিত হয় ৷ লোকসকলৰ আনন্দোৎসৱ সংগী হ’ল শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকী দাসো ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મારી માટી મારો દેશ થરા જલારામ મંદિર માં મિટિંગ યોજાઈ
“મારી માટી મારો દેશ” આઝાદી કાં અમૃતમહોત્સવ ના અનુસંધાને સમગ્ર તાલુકાની માટી એકત્ર...
2024 Lok Sabha Election: पीलीभीत से टिकट कटने के बाद Sultanpur में Varun Gandhi का मां के लिए प्रचार
2024 Lok Sabha Election: पीलीभीत से टिकट कटने के बाद Sultanpur में Varun Gandhi का मां के लिए प्रचार
অসমৰ ৰঙিয়াত উদ্ধাৰ মাতৃ, কন্যাৰ অর্ধগলিত মৃতদেহ
এক চাঞ্চল্যকৰ ঘটনাত সোমবাৰে অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত ৰঙিয়াত উদ্ধাৰ হয় মাতৃ- কন্যাৰ...