দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালুগাঁৱৰ ১৫নং ৰাষ্ট্রীয় ঘাই পথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ফলত আলিকাষ গাঁৱৰ আহেদ আলী(৩৫) নামৰ এগৰাকী ব্যৱসায়ী থিতাতে নিহত হয়। জানিব পৰা মতে বালুগাঁৱৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত লোক জনে তেওঁৰ AS13 R 4654 নম্বৰৰ বাইকৰ ওপৰত ৰৈ থকা অৱস্থাত খাৰুপেটীয়াৰ পৰা দলগাওঁ অভিমুখে গৈ থকা AS 15L 1002 নম্বৰৰ মাৰুতী এটাই প্ৰচণ্ড খুন্দা মাৰে যাৰ ফলত গুৰুতৰ ভাবে আহত যদিও অলপ সময় পিছতেই ৰাজপথতে লোক জনৰ মৃত্যু হয় আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुल्तानपुर नगर में पेंशनर समाज उपशाखा की बैठक संपन्न।
सुल्तानपुर.नगर में राजस्थान पेंशनर समाज उपशाखा की बैठक आयोजित की गई। जहाँ उपशाखा के वरिष्ठ...
सेंसेक्स में 300 अंक से ज्यादा की तेजी:निफ्टी में भी 90 अंक की बढ़त, बैंकिग, फार्मा सहित सभी सेक्टर चढ़े
हफ्ते के पहले कारोबारी दिन आज यानी 7 अक्टूबर को सेंसेक्स 300 अंक से ज्यादा की तेजी के साथ 82,000...
101 સ્ટેચ્યુ ઓફ યુનીટીના અનાવરણ કરતા લાઠી-બાબરા પંથકના "છોટે સરદાર" ગોપાલભાઈ વસ્તરપરા...
101 સ્ટેચ્યુ ઓફ યુનીટીના અનાવરણ કરતા લાઠી-બાબરા પંથકના "છોટે સરદાર" ગોપાલભાઈ વસ્તરપરા...
ब्रांडेड कंपनी के नाम पर ऐसे बन रही थी नकली दवा,UP के गाजियाबाद में मिली फैक्ट्री देख दिमाग भन्नाया
ब्रांडेड कंपनी के नाम पर ऐसे बन रही थी नकली दवा,UP के गाजियाबाद में मिली फैक्ट्री देख दिमाग भन्नाया
પોલીસ પરિવારમાં દિવાળીનો માહોલ.
પોલીસ પરિવારમાં દિવાળીનો માહોલ.