মঙ্গলদৈৰ মাজমজিয়াত জাপানীজ এনকেফেলাইটিজ।কভিডৰ আৰু বান বিভীষিশাৰ মাজতে মঙ্গলদৈত এইবাৰ ভয়াবহতাৰ সৃষ্টি কৰিছে জাপানীজ এন কে ফেলাইটিজ ৰোগে।মঙ্গলদৈ চহৰৰ নিকটবৰ্তী মঙ্গলদৈ গাঁৱৰ নিবাসী ৰতন ৰয়ৰ দেহত ধৰা পৰিছে এই ৰোগ।বানপানীৰ ফলত বহুদিন ওচৰৰে আশ্ৰয় শিবিৰত বন্দী হৈ আছিল ৰতন ৰয়ৰ সহ পৰিয়ালটি।ঘৰৰ পৰা পানী কমাৰ পিছতেই ঘৰলৈ আহিছিল যদিও তাৰ কিছুদিন পিছতেই ৰতন ৰয়ৰ শৰীৰত জ্বৰে দেখা দিয়ে।মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল যদিও ৰয়ৰ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ আহে। পিছলৈ গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল ৰয়ক। গুৱাহাটীৰ নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই ধৰা পৰে ৰোগটি।বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই,চি ইউত, অচেতন অৱস্থাত আছে ৰতন ৰয়।জিলা স্বাস্থ্য বিভাগৰ পৰা এই বিষয়ত পৰিয়ালটিক কোনো সহাঁৰি দিয়া নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vinesh Phogat News: Brij Bhushan Singh के बयान पर Pawan Khera का हमला, कहा- BJP हमेशा गलत के साथ...
Vinesh Phogat News: Brij Bhushan Singh के बयान पर Pawan Khera का हमला, कहा- BJP हमेशा गलत के साथ...
#aamaadmiparty દ્વારા 15 કિલોનું કેક કાપી જન્મદિવસ ની ઉજવણી કરી, લાલદરવાજા વીજળી ઘર પાસે લકી હોટલ ઉપર
#aamaadmiparty દ્વારા 15 કિલોનું કેક કાપી જન્મદિવસ ની ઉજવણી કરી, લાલદરવાજા વીજળી ઘર પાસે લકી હોટલ...
শিৱসাগৰ জিলাৰ ঐতিহ্য মণ্ডিত জয়সাগৰৰ তলাতল ঘৰৰ প্ৰাঙ্গনত আটাছু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম দিৱস উপলক্ষে বন্তি প্ৰজ্বলন।
সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত অসম দিৱস উপলক্ষে শিৱসাগৰ জিলাৰ মহকুমা সমিতিিৰ...
ડીસામાં ખેડૂત પાસેથી ઉછીના નાણાં લઇ પરત ન આપતાં લાખણીના ડેરીના મંત્રીને ડીસા કોર્ટે એક વર્ષની કેદની સજાનો હુકમ ફટકાર્યો
ડીસાના ખેડૂત પાસેથી ઉછીના નાણાં લઇ લાખણીના મંત્રીએ નાણાં પરત ન આપતાં તે પેટે આપેલો ચેક રીટર્ન...