ৰহা দুৰ্গাজান ৫৩নং বুথত আজি অনুষ্ঠিত হোবা মন কী বাত অনুষ্ঠানত বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাস অংশ গ্ৰহণ কৰাৰ লগতে আগন্তুক দূৰ্গা পূজাৰ উপলক্ষে ৩৫গৰাকী শিপিনিলৈ সূতা বিতৰন কৰে।

    অনুষ্ঠানত স্টাডি চেলৰ সমন্বয়ক অসীম হাজৰিকা, ৰহা টাউন মন্ডল বিজেপি যুব মৰ্চাৰ সভাপতি জীতু দাস সহ স্থানীয় মহিলা সকল উপস্থিত থাকে।