মৰাণহাটত ধানক্ৰয় কেন্দ্ৰ উদ্বোধন কৰে চৰাইদেউ জালাৰ উপায়ুক্ত পল বৰুৱাই। চৰাইদেউ জিলাৰ অসম খাদ্য আৰু অসামৰিক।যোগান বিভাগৰ দ্বাৰা মৰাণ নগৰত ২০২২/২৩ বৰ্ষৰ বাবে এটি ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰাহয়। মৰাণ নগৰৰ ব্যৱসায়ী প্ৰসন্ন আগৰৱালাৰ ৰাইচ মিলত এইকেন্দ্ৰটি উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। এই ধানক্ৰয় কেন্দ্ৰত মাহমৰাৰ গ্ৰামাঞ্চলৰ কৃষকসকলে প্ৰতিকুইণ্টল ধানত ২০২০টকাকৈ বিক্ৰি কৰিব পাৰিব। উদ্বোধনী অনুষ্ঠানত উপায়ুক্ত পল বৰুৱাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰাইদেউ জিলা।কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાષ્ટ્રીય યુવા દિવસ નિમિત્તે રમતોત્સવ ની ઉજવણી કરાઈ
રાષ્ટ્રીય યુવા દિવસ નિમિત્તે રમતોત્સવ ઉજવણી કરાઈ આર.એન.પટેલ હાઇસ્કુલ તખતગઢ ખાતે 'રાષ્ટ્રીય યુવા...
Amazing FOOT MASSAGE Technique for all SPINE PROBLEMS, Back Pain, Slipped Disc & Sciatica
Amazing FOOT MASSAGE Technique for all SPINE PROBLEMS, Back Pain, Slipped Disc & Sciatica
તળાજા,ગ્રામ દક્ષિણા મૂર્તિ લોકશાળા મણાર ખાતે વિવિધ કાર્યક્રમો યોજવામાં આવ્યા
તળાજા,ગ્રામ દક્ષિણા મૂર્તિ લોકશાળા મણાર ખાતે વિવિધ કાર્યક્રમો યોજવામાં આવ્યા