নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌলত নামনি লখিমপুৰ ফুৰালুং সমাজৰ উদ্যোগত অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব খেক বান ফী পয় ৷ ১৯৯৭ চনৰে পৰা দৌলটোত অনুষ্ঠিত হৈ অহা খেক বান ফী পয় এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে ৷ যাৰবাবে মহা আড়ম্বৰতাৰে বান ফী পয় অনুষ্ঠিত কৰিবৰ বাবে নামনি লখিমপুৰ ফুৰালুং সমাজে এখন শক্তিশালী উদ্যাপন সমিতি গঠন কৰি লগতে উপ-সমিতি পাতি প্ৰস্তুতিত উঠিপৰি লাগিছে ৷ মংগলবাৰে বিয়লি উদ্যাপন সমিতিৰ উদ্যোগত দৌল প্ৰাঙ্গণত এখন সভা অনুষ্ঠিত কৰি উপ-সমিতিসমুহক দায়িত্ব অৰ্পণ কৰাৰ লগতে এটা কাৰ্যালয় শুভ উদ্ধোধন কৰে ৷ নামনি লখিমপুৰ ফুৰালুং সমাজৰ ১৯ টা শাখাৰ সক্ৰিয় সহযোগিতাত এইবাৰ বান ফী পয় মহা আড়ম্বৰতাৰে উদ্যাপন কৰিবলৈ সক্ষম হ’ব বুলি উদ্যাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী হৰেন গগৈয়ে জানিবলৈ দিয়াৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડોક્ટર પોતાની ફરજ પર બેદરકારી દાખવે એટલે દર્દીઓ ના જીવ જોખમમાં જોવા મળે છે
ડોક્ટર પોતાની ફરજ પર બેદરકારી દાખવે એટલે દર્દીઓ ના જીવ જોખમમાં જોવા મળે છે
Iran Vs Israel: इसराइल बनाम ईरान, जानिए किसके पास कितनी ताक़त? SPOTLIGHT (BBC Hindi)
Iran Vs Israel: इसराइल बनाम ईरान, जानिए किसके पास कितनी ताक़त? SPOTLIGHT (BBC Hindi)
હૃદયદ્રાવક ઘટનાથી ગુજરાત ફર્સ્ટની ટિમ થઇ ભાવુક
હૃદયદ્રાવક ઘટનાથી ગુજરાત ફર્સ્ટની ટિમ થઇ ભાવુક
Amit Shah in Rajasthan: भ्रष्टाचार, Paper Leak पर Amit Shah का बड़ा प्रहार | Rajasthan Election 2023
Amit Shah in Rajasthan: भ्रष्टाचार, Paper Leak पर Amit Shah का बड़ा प्रहार | Rajasthan Election 2023
घुमान यात्रेचे हिंगोली रेल्वे स्थानकावर भव्य स्वागत
हिंगोली येथे नांदेड येथून ३०० भाविक भक्त नांदेड अमृतसर रेल्वेने घुमानला जात असताना हिंगोली रेल्वे...