ডিমৌত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা পাতৰ মুল্য নিৰ্ধাৰণত ব্যৰ্থ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনক ,দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ মুখ্য সাংগাঠনিক সম্পাদক ৰাকেশ গগৈয়ে তীব্ৰ সমালোচনা কৰি কেঁচা চাহপাতৰ মূল্য।শীঘ্ৰে নিৰ্ধাৰণ কৰি।ক্ষুদ্ৰ।চাহ খেতিয়ক সকলক সকাহ দিবলৈ দাৱী জনাই। তেওঁ আৰু কয়যে যি সময়ত অসমত মূল্য।বৃদ্ধিয়ে চাৰিও পিনৰ পৰা চানি ।ধৰিছে , সেইমূল্য বৃদ্ধিৰ লগতে অসমৰ কৃষি ক্ষেত্ৰৰ চাহ বাগানত ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ ব্যৱহৃত সা-সঁজুলিৰ মূল্য বৃদ্ধিৰ অনুপাতে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলকদিয়া মূল্য অতি নিম্ম। এইক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো।অতি সোনকালে এই সমস্যাটোৰ সমাধানৰ কাৰণেবিহিত ব্যৱস্থাল'বলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক দাৱী জনাইছো
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
GadhadaIIમામલતદાર કચેરી ખાતે કેરાળા ગ્રામજનો અને AAP દ્વારા ધરણા પ્રદર્શન #news #aap #keralanews
GadhadaIIમામલતદાર કચેરી ખાતે કેરાળા ગ્રામજનો અને AAP દ્વારા ધરણા પ્રદર્શન #news #aap #keralanews
নিশা সষ্টম হৈ পৰিছে অসম আৰক্ষী । খাৰুপেটীয়াত তালাচী অভিযান খাৰুপেটীয়া আৰক্ষীৰ #news24update
নিশা সষ্টম হৈ পৰিছে অসম আৰক্ষী । খাৰুপেটীয়াত তালাচী অভিযান খাৰুপেটীয়া আৰক্ষীৰ #news24update
પાલેજ પોલીસ મથકનું વાર્ષિક ઇન્સ્પેકશન તેમજ લોક દરબાર કાર્યક્રમ યોજાયો,
પાલેજ પોલીસ મથકનું વાર્ષિક ઇન્સ્પેકશન તેમજ લોક દરબાર કાર્યક્રમ યોજાયો,
बिहार जेडीयू अध्यक्ष के लिए नामांकन आज, कल चुनाव
बिहार की सत्ताधारी पार्टी जेडीयू के नए बिहार अध्यक्ष के लिए आज नामांकन होगा. नामांकन प्रक्रिया 10...
હવામાન ખાતાની વરસાદ અને વાવાઝોડાના આગાહીના પગલે આજે સવારે ફરી એકવાર ડીસા પંથકમાં વાવાઝોડા
હવામાન ખાતાની વરસાદ અને વાવાઝોડાના આગાહીના પગલે આજે સવારે ફરી એકવાર ડીસા પંથકમાં વાવાઝોડા