ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অৱস্থিত ভিগেন ইণ্ডিয়াত আজি আগৰ কেইবছৰৰ দৰে উলহ -মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়।সংস্থাটোৰ স্বত্বাধিকাৰী কৃষ্ণা দেউৰী আৰু সেৱিকা সকলৰ সহযোগতএই পূজা ভাগি অনুষ্ঠিত হয়। পূজাভাগত ভিগেন ইণ্ডিয়াত চিকিৎসা সেৱা লৈ থকা ভালে সংখ্যক লোক উপস্থিত থাকে।
আজি অসমবাসী সকলৰ লগতে মৰাণ স্থিত J..D. Health Care Centre(ভিগেন ইণ্ডিয়াত )বিশ্ব কৰ্মা পূজা অনুস্থিত হয়
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/09/nerity_bf22964217fed765960226ff8a1afc9a.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)