অসম চৰকাৰৰ পৰিৱেশ -বনবিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰে হাতত লোৱা অমৃত বৃক্ষৰোপণ আন্দোলনৰ অংশ হিচাপে জিলাখনৰ গেলেকীৰ আঠখেল চাহ বাগিছাত কমসময়ত অধিক গছপুলি ৰোপনেৰে গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টাৰে এক কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ উল্লেখযোগ্য যে, এই কাৰ্য্যসূচীৰ জড়িয়তে ১২২৯ গৰাকী ছাত্ৰীয়ে ৫৮.৪৮ ছেকেণ্ডত ১২২৯ টা গছপুলি ৰোপণ কৰি গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে চেষ্টা চলায় ৷ উক্ত কাৰ্য্যসূচীত অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজহ মন্ত্ৰী যোগেন মহন, অৰণ্য মানৱ যাদৱ পায়েং, জিলা আয়ুক্তৰ লগতে অন্যান্য প্ৰশাসনীয় বিষয়াসকল আৰু বনবিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांग्रेस ने दी आंदोलन की चेतावनी, 4 जून के बाद सड़कों पर आएंगे कार्यकर्ता
राजस्थान में कांग्रेस नेताओं और कार्यकर्ताओं ने भाजपा के खिलाफ मोर्चा खोल दिया है. कोटा में...
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যতিৰে উৰ্ত্তীণ পশ্চিম দৰংৰ শালিকাঝাৰৰ জোনাইট হকৰ
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যতিৰে উৰ্ত্তীণ পশ্চিম দৰংৰ শালিকাঝাৰৰ জোনাইট হকৰ
The Assam CM distributes gifts to government recognized journalists in Biswanath
The Assam CM distributes gifts to government recognized journalists in Biswanath
Biswanath...
সোণাৰিৰ ভজোত বিলাসী বাহনত অহা লোকে কৰিলে On camera ছাগলী চোৰ, Exclusive visual
সোণাৰিত অন কেমেৰা ছাগলী চোৰ।বিলাসী বাহনত তুলি চোৰে লৈ গ'ল তিনিটা ছাগলী।সোণাৰিৰ ভজোৰ এটা চাহ...
विद्युत शॉक लागून महिलेचा मृत्यू, गांवावर पसरली शोककळा
विद्युत शॉक लागून महिलेचा मृत्यू, गांवावर पसरली शोककळा