AJYCP মৰাণ আঞ্চলিক সমিতিৰ অন্তৰ্গত জংঘল ব্লক শাখা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠানত শিক্ষক পনৱ দত্ত, জিলা সমিতিৰ উপদেষ্টা ৰামচন্দ্ৰ দত্ত, উপ সভাপতি পল্লৱ শৰ্মা,জিলা সমিতিৰ বিত্ত সম্পাদক ৰাজিপ ভূঞা,আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিতুপন লাচনৰ লগতে কছুমাৰি জংঘল ব্লকৰ কৃতি ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।