সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি শিৱসাগৰতো জিলা পৰ্যায়ত আয়ুস্মান ভৱ অভিযানৰ উদ্বোধনী অনুষ্ঠান শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সভাগৃহত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাৰ শুভ আৰম্ভণিৰে অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ জিলাখনৰ ১০৪ টা স্বাস্থ্য প্ৰতিষ্ঠানত সূচাৰুৰূপে সম্পন্ন হৈ যায় ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে গান্ধীনগৰৰ ৰাজভৱনৰ পৰা সমগ্ৰ ভাৰততে ভাৰ্চুৱেলী এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ উল্লেখযোগ্য যে, দেশখনৰ প্ৰতিগৰাকী নাগৰিকে যাতে অতি সহজতে স্বাস্থ্যসেৱা লাভ কৰে তাৰেই উদ্দেশ্য হৈছে এই অভিযানৰ মূল লক্ষ্য ৷।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नाबालिग को भगा ले जाकर दुष्कृत्य करने वाले आरोपी को 20 वर्ष का कठोर कारावास एवं जुर्माना
{रिपोर्टर अशोक विश्वकर्मा}
पन्ना। कार्यालय जिला लोक अभियोजन अधिकारी पन्ना के सहा. मीडिया...
বিজেপিৰ খনিকৰ মণ্ডলৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি "আজাদী কা...
આનંદ પરિવાર દ્વારા જ્ઞાનવાંચનાનું આયોજન કરાયું...
આનંદ પરિવાર દ્વારા જ્ઞાનવાંચનાનું આયોજન કરાયું...
দেওশালত মধ্য ইংৰাজী বিদ্যালয় জলমগ্ন
নাজিৰা সমষ্টিৰ দেওশাল মধ্য ইংৰাজী বিদ্যালয় নিশা হোৱা এজাক মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰে ।