শাসকীয় বিজেপি দলে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও স্বাধীনতা গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতাৰ বাবে মৃত্যুপন কৰি যুঁজ দিয়া মুক্তি যুঁজাৰুসকলৰ লগতে স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰা প্ৰত্যেকজন মুক্তিকামী জনতালৈ নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত চৰাইদেউ জিলাৰ নাজিৰা সমষ্টিৰ বান্টুং পঞ্চায়তৰ ছয়আলিত কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেবব্ৰত শইকীয়া , প্ৰণতী ফুকনৰ নেতৃত্বত ছয়আলিৰ পৰা ৰহদৈ আলিলৈকে এক বিশাল পদযাত্ৰা কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચુંટણી ઓ નજીક ના દિવસોમાં ,દારૂની રેલમછેલ, દેશીદારૂ જડપાયો
,અમરેલી જિલ્લામાં ચૂંટણી દરમિયાન દારૂની રેલમછેલ ન થાય તે માટે પોલીસે વિશેષ ચેક પોસ્ટ બનાવીને...
Breaking News: America में China के APP TikTok बैन करने को लेकर संसद में विधेयक पारित | China
Breaking News: America में China के APP TikTok बैन करने को लेकर संसद में विधेयक पारित | China
भाजपा कार्यकर्ताओं की बैठक,लोकसभा अध्यक्ष बिरला के स्वागत की तैयारियों पर चर्चा
कोटा. कनवास कस्बे में स्थित पावर हाउस हनुमान मन्दिर परिसर पर भाजपा कार्यकर्ताओं की बैठक आयोजित...