নলবাৰী চহৰত আজি পৌৰসভাৰ নেতৃত্বত এটি হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতা সমদল উলিয়াই৷