আজি দেওবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ প্ৰাথমিক গোট সমিতি তথা মহালক্ষ্মী চাহ বাগিছাৰ ৰাইজৰ সহযোগত মহালক্ষ্মী চাহ বাগিছাত স্বৰ্গীয় জাষ্টিন লাক্ৰা সোৱৰণিত পন্চম বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতা অায়োজন কৰা হৈছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

আজি এই চূড়ান্ত খেলখন গেলাহাটিংগা বনাম চেলাইখাটিৰ মাজত হয়। এই খেলখনত ০-১ পৰাজয় কৰে গেলাহাটিংগাক আৰু বিজয় হয় চেলাইখাটি ফুটবল দলটি। এই অনুষ্ঠানটোত উপস্থিত থাকে মহালক্ষ্মী চাহ বাগিছাৰ মূখ্য পৰিচালক নিলেন্দ সিং , সহকাৰী পৰিচালক চান্দিগড় দাস, জনপ্ৰিয় কন্ঠশিল্পী শ্যাম কুমাৰ নাগ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য দিনেশ তপ্প , বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ড, সহ সম্পাদক আৰমান কিণ্ড, শিক্ষা সম্পাদক আশিষ তপ্প, প্ৰচাৰ সম্পাদক মনেশ্বৰ মুণ্ডা, কাৰ্যনিৰ্বাহ সদস্য সন্তোশ বেংৰা, বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চামুৱেল বাৰ্লা সম্পাদক অৰুন বাৰাইক, ঘিলাধাৰী আঞ্চলিক সমিতিৰ সম্পাদক ধ্ৰুৱ কৰ্মকাৰ, পূৱ চামগুৰি প্ৰাথমিক গোটৰ সম্পাদক সোমেশ্বৰ গোৱালা।

আৰু বহুতো বিষয়ববীয়া অাৰু গন্যমান্য বেক্তি উপস্থিত থাকে।