মৰাণৰ বিশিষ্ট সমাজকৰ্মী যতীন চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই । বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ত্ৰৈলোক্য চেতিয়া, বিশিষ্ট সমাজকৰ্মী দয়ানন্দ বৰগোঁহাই, প্ৰদীপ সেনশৰ্মা, কাজল কুমাৰ দাস সত্যনাৰায়ণ আগৰৱাল , মিলু খান, আগছু ডিব্ৰুগড় জিলাসমিতিৰ সভাপতি দীপক নেৱাৰ, অসীম বৰুৱা পবিত্ৰ চুতীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
বৃ হত্তৰ মৰাণ উন্নয়ণ সমিতি আৰু অসমীয়া যুৱ মঞ্চৰ ।সহযোগত ৰাজহুৱা সভাত মৰাণক উপজিলা হিচাপে ঘোষণা কৰাৰ দাবী।
